Local, Vocal, Global

মহানগৰীৰ অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান

  • মহানগৰীৰ অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান
  • জালুকবাৰী আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ
  • গ্ৰেপ্তাৰ চাৰিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক
  • ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ, ৪টা মোবাইল ফোন, নগদ ধনসহ বহু আপত্তিজনক সা-সামগ্ৰী
  • ধৃত সৰবৰাহকাৰী কেইটাৰ নাম জাহাংগীৰ আলী, ফালু মিঞা, মিজানুৰ আলী, মেহবুব আলী
  • বৰপেটাৰ পৰা মহানগৰীত ড্ৰাগছ যোগান ধৰিবলৈ আহিছিল লোককেইজন
  • গোপন সূত্ৰৰ পম খেদি জালুকবাৰীত গ্ৰেপ্তাৰ আটাইকেইজনক
  •  জব্দকৃত ড্ৰাগছখিনিৰ বজাৰমূল্য ৪ লক্ষ মূল্য হ’ব