Local, Vocal, Global

আফগানিস্তানৰ উপ-ৰাষ্ট্ৰপতিৰ কনভয়ত আত্মঘাতী বোমাৰুৰ আক্ৰমণ 

  • কাবুলত আফগানিস্তানৰ উপ-ৰাষ্ট্ৰপতিৰ কনভয়ত আত্মঘাতী বোমাৰুৰ আক্ৰমণ
  • কথমপি প্ৰাণ ৰক্ষা পুত্ৰ সহ উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহৰ
  • বোমা বিস্ফোৰণৰ ফলত কমেও ১০ গৰাকী নিৰীহৰ মৃত্যু, আহত ১৫ লোক
  • এই ঘটনাত পুত্ৰ সহ উপ ৰাষ্ট্ৰপতিও কিছুপৰিমাণে আহত
  • ঘটনাৰ আঁৰত তালিবানী সন্ত্ৰাসবাদী জড়িতৰ সন্দেহ
  • এই ঘটনাক তীব্ৰ নিন্দা ভাৰতৰ