Local, Vocal, Global

মহানগৰীত ড্ৰাগছৰ অবাধ বেহা

  • মহানগৰীত ড্ৰাগছৰ অবাধ বেহা
  • পুনৰ মহানগৰীৰ জব্দ নিচাজাতীয় সামগ্ৰী
  • নাৰেংগীত জব্দ বৃহত্ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী
  • নুনমাটি আৰু চানমাৰী আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি
  • গোপন সুত্ৰ পম খেদি চলিছিল আৰক্ষীৰ অভিযান
  • ৰাজপথত বিক্ৰী কৰি থকা অৱস্থাতে জব্দ কৰে ড্ৰাগছখিনি
  • স্কুটিত লৈ আহিছিল ড্ৰাগছখিনি
  • আৰক্ষীয়ে ইতিমধ্যে চাহিদুল ইছলাম নামৰ যুৱক এজনক আটক কৰিছে