মহানগৰীত ড্ৰাগছৰ অবাধ বেহা
- মহানগৰীত ড্ৰাগছৰ অবাধ বেহা
- পুনৰ মহানগৰীৰ জব্দ নিচাজাতীয় সামগ্ৰী
- নাৰেংগীত জব্দ বৃহত্ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী
- নুনমাটি আৰু চানমাৰী আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি
- গোপন সুত্ৰ পম খেদি চলিছিল আৰক্ষীৰ অভিযান
- ৰাজপথত বিক্ৰী কৰি থকা অৱস্থাতে জব্দ কৰে ড্ৰাগছখিনি
- স্কুটিত লৈ আহিছিল ড্ৰাগছখিনি
- আৰক্ষীয়ে ইতিমধ্যে চাহিদুল ইছলাম নামৰ যুৱক এজনক আটক কৰিছে