Local, Vocal, Global

মহানগৰীৰ ক’ত ক’ত লকডাউন?

মহানগৰীৰ ক’ত ক’ত লকডাউন?

১৷ ৱাৰ্ড নং ২ : ফেৰীঘাট ক’লনী ৩, ৪, ৫, ৬ নিউ ৰে’লৱে ক’লনী, ইন্সষ্টিটিউট ক’লনী, ট্ৰায়েংগ’লাৰ ক’লনী, লোক-ক’লনী, বিবিচি ক’লনী, শদিলাপুৰৰ এটা অংশ, গড়পাণ্ডু আৰু জয়মতী নগৰ
২৷ ৱাৰ্ড নং ৩ : ৰেষ্টকেম্প ক’লনী, ৱাটাৰ ৱৰ্কছ ৰে’লৱে ক’লনী, টেম্প’লঘাট ক’লনী, মালিগাঁও বড়িপাৰা, গড়পাণ্ডু, আদাবাৰী, আদাবাৰী ৰে’লৱে ক’লনী, গ্ৰীনপাৰ্ক ক’লনী, আনন্দনগৰ, মালিগাঁও এলেকা
৩৷ ৱাৰ্ড নং ৪ : কামাখ্যা মন্দিৰ, কামাখ্যা ক’লনী, পাণ্ডু নাথবস্তি, কালীপুৰ আৰু মালিগাঁওৰ কিছু অংশ
৪৷ ৱাৰ্ড নং ৫ : মালিগাঁও ৰে’লৱে ক’লনী (পূৱ-পশ্চিম), গোটানগৰ ৰে’লৱে ক’লনী, গোশালা ৰে’লৱে ক’লনী, দুৰ্গা সৰোবৰ, শান্তিপুৰ আৰু ভূতনাথ
৫৷ ৱাৰ্ড নং ৬ : ধীৰেণপাৰা, গণেশপাৰা, মানপাৰা, দাতালপাৰা, কটাহবাৰী, গড়চুক, জ্যোতিকুছিৰ একাংশ
৬৷ ৱাৰ্ড নং ৭ : গোটানগৰৰ একাংশ, গোটানগৰ এন চি, মালিগাঁও এন চি, ফটাশিল এন চি, দুৰ্গা সৰোবৰ, ফটাশিল, ধীৰেণপাৰা পাহাৰৰ অংশ৷
৭৷ ৱাৰ্ড নং ৮ : কুমাৰপাৰা, মাছখোৱা, আঠগাঁৱৰ একাংশ, ভৰলুমুখ
৮৷ ৱাৰ্ড নং ৯ : ছাত্ৰীবাৰী, কৃষ্ণনগৰ, টকৌবাৰী, ফাঁচীবজাৰ, আঠগাঁৱৰ একাংশ
৯৷ ৱাৰ্ড নং ১০ৰ একাংশ : পাণবজাৰ, ফাঁচীবজাৰৰ একাংশ, ছ’লাপাৰা
১০৷ ৱাৰ্ড নং ১৫ : বিষ্ণুপুৰ, নতুনবস্তি, বিমলনগৰ, মহেন্দ্ৰ নগৰ, শংকৰপুৰ, ফটাশিলৰ একাংশ
১১৷ ৱাৰ্ড নং ১৬ : ভাস্কৰনগৰ, বৰ্ষাপাৰা, ধীৰেণপাৰাৰ একাংশ, আনন্দনগৰ, ৰংপথাৰ