২৫ জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ ফলাফল

২৫ জুনত ঘোষিত হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে কেইবাটাও ৱেবছাইটযোগে কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰা হ’ব। ছাত্ৰ-ছাত্ৰীসকলে তলত উল্লেখ কৰা ৱেবচাইটকেইটাৰ জৰিয়তে ফলাফল লাভ কৰিব পাৰিব। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে মুকলি কৰি দিয়া ৱেবচাইটসমূহ হৈছে-
www.ahsec.nic.in
www.asssamresult.in
www.schools9.com
www.results.shiksha
www.newsnation.in
www.newsstate.com
www.indiaResults.com
www.iResults.net
www.EduAssam.com
www.vidyavision.com
www.exametc.com
www.ExamResults.net/assam/
www.jagranjosh.com
www.assamresult.co.in
উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰীসকলে ৰোল আৰু নম্বৰ টাইপ কৰি ইয়াৰে যিকোনো এটা ৱেবছাইটৰ জৰিয়তে ফলাফল লাভ কৰাৰ লগতে ডিজিটেল মাৰ্কশ্বীটো লাভ কৰিব৷