Watch | Gosaigaon news: বঙাইগাওঁৰ পৰা মুছলিম ছাত্ৰ সন্থা,অসমৰ সভাপতি আশ্বিক ৰাব্বানীৰ গৰ্জন
গোসাইগাওঁ: বঙাইগাওঁৰ পৰা মুছলিম ছাত্ৰ সন্থা,অসমৰ সভাপতি আশ্বিক ৰাব্বানীৰ গৰ্জন ।
‘সংখ্যালঘুৰ নামত মুছলমানক টাৰ্ম কাৰ্ড হিচাপে ব্যৱহাৰ কৰি মন্ত্ৰী বিধায়ক হৈছে,
‘কিন্তু মুছলমানৰ সমস্যা সমাধান কৰা নাই’
‘সংখ্যালঘুৰ নামত আন্দোলন কৰি মন্ত্ৰী বিধায়ক হৈ থকাৰ সময়ত মুছলমানৰ সমস্যা সমাধানৰ বাবে কিয় বিধান সভাত আইন বনোৱা নাই এই প্ৰশ্ন মুছাৰ সভাপতি মুছাৰ সভাপতি আশ্বিক ৰাব্বানীৰ ‘?
‘ তেওঁলোকে ইচ্ছা কৰিলে পাৰিলেহেন ! কিন্তু কৰা নাই একমাত্ৰ নিজৰ গাধী ৰক্ষাৰ বাবে’ ।
‘মুছলিমক টাৰ্ম কাৰ্ড হিচাপে ব্যৱহাৰ কৰি আহিছে মাদ্ৰাছা,মছজিদ,কবৰস্থানত বুলডজাৰ চলাইছে আমাৰ কলিজাত হাত দিছে’ ।
‘ মুছলিম সুকীয়াকৈ থকাৰ ব্যৱস্থা কৰক মূখ্যমন্ত্ৰীয়ে ‘।
মুছলিম স্বায়িত্ব শাসিত পৰিষদৰ মুছাৰ সভাপতি আশ্বিক ৰাব্বানীৰ দাবী ।