Local, Vocal, Global

Good News for Assam CM on the eve of the Elections : নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ভাল খবৰ

নিউজ ডেস্ক, ৪ মাৰ্চ : নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ভাল খবৰ । কালপুৰুষ পূৰ্ণাংগ পঞ্জীকাৰ ভৱিষ্যদ্বাণীত সুখবৰ মুখ্যমন্ত্ৰীলৈ(Good News for Assam CM on the eve of the Elections) ।

কালপুৰুষ পূৰ্ণাংগ পঞ্জীকাৰ ভৱিষ্যদ্বাণী অনুসৰি “শত্ৰু নাশ হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ” । “ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা”।

সমান্তৰালভাৱে উদ্বেগজনক ভৱিষ্যদ্বাণী ৰাজ্যৰ বিৰোধীৰ বাবে । কালপুৰুষ পূৰ্ণাংগ পঞ্জীকাৰ মতে ৰাজ্যত ধ্বংস হ’ব বিৰোধী । প্ৰদেশ কংগ্ৰেছৰ সভাপতিক লৈও উদ্বেগজনক ভৱিষ্যদ্বাণী কালপুৰুষ পূৰ্ণাংগ পঞ্জীকাৰ ।

“২৬ জুন পৰ্যন্ত ভাল দিন নাহে ভূপেন বৰাৰ!”২৬ জুনলৈ ভূপেন বৰাৰ বেয়া দিন চলিব বুলি উল্লেখ কালপুৰুষ পূৰ্ণাংগ পঞ্জীকাত

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কালপুৰুষ পূৰ্ণাংগ পঞ্জীকাৰ ভৱিষ্যদ্বাণীক লৈ এতিয়া সৰৱ চৰ্চা(Good News for Assam CM on the eve of the Elections) ।

লগতে পঢ়ক : Assam CM will inaugurate schemes in lakhimpur : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত মুকলি কৰিব ৯০০ কোটি টকাৰ আঁচনিৰ