Local, Vocal, Global

গহপুৰৰ তেলীয়া বাৰীত নিশা বিধ্বংসী অগ্নিকাণ্ড

গহপুৰৰ তেলয়া বাৰীত নিশা এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় । গহপুৰ মহকুমাৰ অন্তৰ্গত বৰতামূলী গাঁও পঞ্চায়তৰ তেলীয়া বাৰীৰ দিপু কুটুমৰ ঘৰত সংঘটিত  বিধ্বংসী অগ্নিকাণ্ডটোৰ ফলত প্ৰায় বিশ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ  যোৱাৰ বুলি স্থানীয় ৰাইজৰ পৰা জানিব পৰা হৈছে ।

দীপু কুটুমৰ বাসগৃহৰ লগতে লাগি থকা গেলা মালৰ দোকান খনত প্ৰথমে বিদুৎতৰ শ্বৰ্ট শ্বৰ্কিতৰ  ফলত অগ্নিকাণ্ডৰ সুত্ৰপাত হৈছে বুলি ভবা অগ্নিকাণ্ডৰ ঘটনাটৌত সম্পূৰ্ণ ৰূপে দোকান খন  ছাইপ্ৰাপ্ত হোৱাৰ লগতে পিছলৈ জূই কুটুমৰ বাসগৃহলৈও সম্প্ৰসাৰিত হৈ বাসগৃহও সম্পূৰ্ণ ৰূপে ভষ্মিভূত হয় । গহপুৰ নগৰৰ পৰা প্ৰায় বিশ কিলোমিটাৰ নিলগত অৱস্থিত মিচিং জনগোষ্ঠী বসতি প্ৰধান তেলীয়া বাৰী অতি ভিতৰুৱা আৰু দূৰ্গম