Local, Vocal, Global

কাহিলীপাৰাত একাদশ শ্ৰেণীৰ ছাত্ৰীৰ আত্মহত্যা

জানিব পৰা মতে, গুৱাহাটীৰ চাউথ পইণ্ট স্কুলত একাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা ছোৱালীজনী কালি সন্ধিয়া প্ৰায় ৭ বজাত আত্মহত্যা কৰে

জানিব পৰা মতে, গুৱাহাটীৰ কাহিলীপাৰা অঞ্চলৰ বাসিন্দা এগৰাকী যুৱতীয়ে বুধবাৰে ৰহস্যজনক পৰিস্থিতিত আত্মহত্যা কৰে। গুৱাহাটী মহানগৰৰ অভিজাত শিক্ষানুষ্ঠান চাউথ পইণ্ট স্কুলত একাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা ছোৱালীজনীৰ বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ আঁৰৰ কাৰণবোৰ এতিয়াও অজ্ঞাত। মৃত ছোৱালীজনীৰ পিতৃ, বিনোদ দাস হৈছে  চতুৰ্থ অসম আৰক্ষীৰ টাস্ক ফ’ৰ্চৰ এম টি অ’।

ইফালে, আৰক্ষীয়ে মৃত্যুৰ কাৰণ নিৰ্ধাৰণ কৰিবলৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।