Local, Vocal, Global

PORN নিৰ্মাতা ৰাজ কুন্দ্ৰাৰ সমৰ্থক গেহনা বশিষ্ঠৰ ইখনৰ পিছত সিখন হট ফটো

পৰ্ণগ্ৰাফীৰ গোচৰত অভিযুক্ত অভিনেত্ৰী গেহনা বশিষ্ঠ (Gehana Vasisth)ই ইনষ্টাগ্ৰামত এখনৰ পিছত আনখন হট ফটো শ্বেয়াৰ কৰা দেখা গৈছে, য’ত তেওঁ অত্যন্ত বোল্ড ষ্টাইল প্ৰদৰ্শন কৰিছে এতিয়ালৈ তেওঁৰ প্ৰতিটো পোষ্টত লাখ লাখ লোকে লাইক-কমেণ্ট কৰিছে,শ্বেয়াৰ কৰা এইসমূহ ফটোৱে এইকেইদিন ইণ্টাৰনেটত ধুমুহা তুলিছে | ইনষ্টাগ্ৰামত গেহনা বশিষ্ঠৰ ১ মিলিয়নতকৈও অধিক ফলোৱাৰ আছে |

যদিও শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক পৰ্ণগ্ৰাফী গোচৰত জামিন দিয়া হৈছে, একেটা গোচৰত অভিনেত্ৰী গেহনা বশিষ্ঠই অলপতে তেওঁৰ ষ্টেটমেণ্ট লিপিবদ্ধ কৰিবলৈ মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ সম্পত্তি কোষত উপস্থিত হৈছিল |

গেহনা বশিষ্ঠৰ অভিযোগ, ‘ছোৱালীবোৰক বলপূৰ্বক ব্লেকমেইল কৰি যে যদি আপুনি গোচৰ নতৰে তেন্তে আপোনাক অভিযুক্ত সজোৱা হ’ব আৰু সেয়ে অভিনেত্ৰীসকলে ভাবিছে যে ভুক্তভোগী হোৱাই ভাল ! তেওঁলোকক এটা গোচৰ তৰিবলৈ বাধ্য কৰা হয়। মই এতিয়াও ক’ম যে সেই চিনেমাবোৰ কামোদ্দীপক আৰু বোল্ড। কোনো পৰিস্থিতিতে সেইবোৰ একেবাৰে পৰ্ণৰ শ্ৰেণীলৈ নাহে।’