Local, Vocal, Global

গৌৰীপুৰ বালাজান আৰক্ষীয়ে নিষিদ্ধ বয়লাৰ কঢ়িয়াই অনা বাহন জব্দ

ডিজিটেল ডেস্ক:- ৰাজ্যত অব্যাহত আছে ব্ৰইলাৰ মূৰ্গী”ৰ ছিণ্ডিকেট যোৱা নিশা বালাজান আৰক্ষীৰ গোপন সূত্ৰে অভিযান চলাই নিশা 12 বজাত পশ্চিম বংগৰ পৰা গৌৰীপুৰ অভিমুখে চোৰাং ভাৱে নিষিদ্ধ বইলাৰ মূৰ্গি কঢ়িয়াই অনা এখন ব্লৰো বাহন খনক খেদি খেদি বালাজানত জব্দ কৰিবলৈ সক্ষম হয় ।আৰক্ষীয়ে জব্দ কৰা বাহন খনৰ নম্বৰ হৈছে AS17C=3873 জব্দ কৃত বাহন খন বালাজান আৰক্ষীয়ে থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

এতিয়া প্ৰশ্ন হৈছে ব্ৰইলাৰ মুৰ্গী অসমত প্ৰৱেশ নিষিদ্ধ কৰাৰ পাছত কোনে গঢ়ি তুলিছে ব্ৰইলাৰৰ ছিণ্ডিকেট
আৰক্ষীৰ তদন্তত ওলাব নে ব্ৰইলাৰৰ ছিণ্ডিকেটৰ মূল নায়ক, নে চৰকাৰৰ নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই ক্ষমতাশালী ধনৱানৰ ওচৰত নতশিৰ কৰিব অসম আৰক্ষীয়ে,সেয়া সময়ত হব লক্ষণীয়।