Local, Vocal, Global

Watch | Gaurav Gogoi: কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ৰঙিয়াত উপস্থিত হোৱাৰ পূৰ্বে দুষ্কৃতিকাৰিয়ে ফালিলে গৌৰৱ গগৈৰ বেনাৰ পষ্টাৰ

ৰঙিয়া: আজি ৰঙিয়াত উপস্থিত হব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈক আদৰিবলৈ সাজু হৈছে কংগ্ৰেছ কৰ্মীসকল। ঠায়ে ঠায়ে লগাইছিল বেনাৰ হৰ্ডিং। কিন্তু ৰঙিয়া ভ্ৰমণৰ প্ৰাক ক্ষণত কোনো দুষ্কৃতিকাৰিয়ে বেনাৰ পষ্টাৰ ফালিলে গৌৰৱ গগৈৰ। এতিয়া ঠায়ে ঠায়ে বেনাৰ পোষ্টাৰ সমূহ পথত পৰি ৰোৱা দেখিবলৈ পোৱা গৈছে। কি কাৰণত এনেদৰে গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ ফালি পেলোৱা হ’ল তাকে লৈ যথেষ্ট চৰ্চা লাভ কৰিছে সচেতন মহলত।