Watch | Gaurav Gogoi: ‘অসম চৰকাৰৰ সিদ্ধান্ত মতে নাগৰিক সকলক যি Arms License দিয়া যাব এয়া নিন্দনীয়’
নিউজ ডেস্ক : ‘অসম চৰকাৰৰ সিদ্ধান্ত মতে নাগৰিক সকলক যি Arms License দিয়া যাব’
‘এয়া নিন্দনীয়, এয়া হ’ল অসম চৰকাৰ, গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰীৰ বিফলতাৰ প্ৰমাণ’: সভাপতি গৌৰৱ গগৈ
‘এয়া বৰ্তমান চৰকাৰৰ ৰাজনীতি’
‘এই Arms License নাগৰিকৰ নিৰাপত্তাৰ বাবে নহয়’
‘বিজেপি RSS কৰা মানুহক দিব, কয়লা, বালি, ছুপাৰি ছিণ্ডিকেট কৰা সকলক দিব’
খিলঞ্জীয়া লোকক অস্ত্ৰৰ লাইচেন্স দিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ