WATCH | Gaurav Gogoi : ‘এপেক্স বেংকৰ সাসহ আছে যদি নিৰপেক্ষ তদন্ত দিয়ক’
নিইজ ডেস্ক,৩০মাৰ্চ: ‘এজন সাংবাদিকে মাত্ৰ এটা প্ৰশ্ন কৰাৰ বাবেই এইখন চৰকাৰে ভয় খাই গ’ল, যাৰ বাবে সাংবাদিক জনৰ ওপৰত এটাৰ পিছত এটা গোচৰ জাপি দিলে’
‘এপেক্স বেংকৰ সাসহ আছে যদি নিৰপেক্ষ তদন্ত দিয়ক’ – সাংসদ গৌৰৱ গগৈ(Gaurav Gogoi)
লগতে পঢ়ক : WATCH | Gaurav Gogoi : ‘বিজেপিত কথা কোৱাৰ গণতান্ত্ৰিক অধিকাৰ নাই’