প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ দেহাৱসান

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ দেহাৱসান। দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯২ বছৰ।
ড০ মনমোহন সিঙৰ মৃত্যু হোৱা বুলি X-যোগে সদৰী কৰিছিল ৰ’বাৰ্ট ৱাদ্ৰাই।