Local, Vocal, Global

First phase of voting on 19th, election campaign will stop today : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন

নিউজ ডেস্ক, ১৭ এপ্ৰিল : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন । বিয়লি ৫ বজাত সমাপ্ত কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ(First phase of voting on 19th, election campaign will stop today) ।

এই সময়ছোৱাত প্ৰকাশ কৰিব নোৱাৰিব Exit poll, Opinion poll ।

উল্লেখ্য যে, ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । অসমৰ ৫টা সমষ্টিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ।

প্ৰথম প্ৰৰ্যায়ত যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ, শোণিতপুৰ আৰু কাজিৰঙাত হ’ব নিৰ্বাচন । আজি অন্তিম প্ৰচাৰত নামিছে প্ৰাৰ্থী, নেতা-কৰ্মীসকল ।

লগতে পঢ়ক : Mamata Banerjee To Arrive In Assam’s Silchar Today For Election Campaign : আজি অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী