Local, Vocal, Global

Mamata Banerjee To Arrive In Assam’s Silchar Today For Election Campaign : আজি অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

নিউজ ডেস্ক,১৭ এপ্ৰিল : আজি অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। অসমলৈ আহি পোনে পোনে শিলচৰত উপস্থিত হ’ব মমতা বেনাৰ্জী ।

শিলচৰত দলীয় প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ প্ৰচাৰ চলাব মমতা বেনাৰ্জীয়ে। দুপৰীয়া ১২ বজাত শিলচৰৰ টাউন ক্লাবৰ খেলপথাৰত হ’ব বিশাল জনসভা। টাউন ক্লাবৰ খেলপথাৰত বিশাল জনসভা সম্বোধন কৰিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে(Mamata Banerjee To Arrive In Assam’s Silchar Today For Election Campaign) ।

মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি কাৰ্যকৰ্তাসকলৰ।

লগতে পঢ়ক : Raha youth missing : ৩ এপ্ৰিলৰ পৰা নিৰুদ্দেশ ৰহাৰ ৰহাগাঁৱৰ মৃন্ময় দাস