Local, Vocal, Global

নিশা ভঙাগড়ত অগ্নিকাণ্ড !

নিশা ভঙাগড়ত অগ্নিকাণ্ড! বৈদ্যুতিক খুঁটাত ওলমি থকা কেবল তাঁৰত লাগিল জুই। শ্বৰ্টচাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই। উল্লেখযোগ্য, মুষলধাৰ বৰষুণৰ মাজতে সংঘটিত হয় এই অগ্নিকাণ্ড।