Local, Vocal, Global

Fire breaks out at Dhing: বিধ্বংসী অগ্নিকাণ্ড ;অগ্নিকাণ্ডত ভস্মীভূত ২০টাকৈ বাসগৃহ

নিউজ ডেস্ক,১৫মে’ : বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত ভস্মীভূত ২০টাকৈ বাসগৃহ(Fire breaks out at Dhing) ৷

ধিঙৰ কটহগুৰিত সংঘটিত হৈছে ভয়ংকৰ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় ২০টাকৈ বাসগৃহ ৷ এই অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হয় এজন লোক ।