Local, Vocal, Global

Fire breaks out at Fakiragram : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত ২ লক্ষাধিক টকাৰ সা-সম্পত্তি

নিউজ ডেস্ক,১৫মে’ : বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত ভস্মীভূত ২ লক্ষাধিক টকাৰ সা-সম্পত্তি(Fire breaks out at Fakiragram)।

ফকিৰাগ্ৰামৰ চিথিলাৰ ঘোপ গাঁৱত অগ্নিকাণ্ড সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷অগ্নিকাণ্ডত ভস্মীভূত ২ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত৷