Local, Vocal, Global

ধিং-জাজৰি গড়কাপ্তানী পথৰ বাৰোৱাটীত নিশা ভয়ংকৰপ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন


নিউজ ডেস্ক, ২৮ মাৰ্চ : ধিং-জাজৰি গড়কাপ্তানী পথৰ বাৰোৱাটীত নিশা সংঘটিত হয় এক ভয়ংকৰপ পথ দুৰ্ঘটনা। দূৰ্ঘটনাটোত থিতাতে নিহত হয় এজন স্কুটি আৰোহী । নিহত ব্যক্তিজনৰ ঘৰ ধিং-জাজৰিৰ সৌৰভ জ্যোতি শৰ্মা।

ধিং-জাজৰি গড়কাপ্তানী পথৰ বাৰোৱাটীত নিশা ভয়ংকৰপ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

উল্লেখ্যযোগ্য যে, জাজৰিৰ পৰা ধিঙস্থীত শহুৰেকৰ ঘৰলৈ গৈ থকাৰ অৱস্থাত বাৰোৱাটিত দূৰ্ঘটনাত পতিত হয় সৌৰভ জ্যোতি শৰ্মা । ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক ততাতৈয়াকৈ ধিং FRU ত লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলে শোঁকৰ ছাঁ পেলাই ।