Local, Vocal, Global

বঢ়পুৰত ক্ৰমাৎ বৃদ্ধি হাতী-মানুহৰ সংঘাত

  • বঢ়মপুৰত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাতে
  • বনাঞ্চল এৰি জনাঞ্চল প্ৰৱেশ কৰিছে বন্যহস্তীৰ দলে
  • হাতীৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত বঢ়মপুৰ শুকানজুৰি দুটিকৈ পৰিয়াল
  • শিশুসহ কথমপি প্ৰাণৰক্ষা অৰুণ বেহেংৰা আৰু এভেনঝাৰ বেহেংৰাৰ পৰিয়ালৰ
  • কন্দলি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাকে দলে চলাই গৈছে ধ্বংসলীলা
  • হাতীৰ উপদ্ৰৱৰ পৰা জীৱন-সম্পত্তি নিৰাপত্তা দিয়াত সম্পূৰ্ণ ব্যৰ্থ নগাঁও বন বিভাগ