Local, Vocal, Global

মহানগৰীৰ গণেশগুৰি উৰণীয়া সেতুৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা

  • নিশা মহানগৰীৰ গণেশগুৰি উৰণীয়া সেতুৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা
  • ইণ্ডিকা বাহন কেৰেঙৰ মুখামুখি সংঘৰ্ষ
  • ভুল দিশৰ পৰা অহা কেৰেঙে খুন্দা মাৰে ইণ্ডিকা বাহনখনক
  • দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হয় ইণ্ডিকা বাহনখন
  • দুৰ্ঘটনাগ্ৰস্থ ইণ্ডিকা বাহনখনৰ নম্বৰ AS 12G 0479 আৰু কেৰেং খনৰ নম্বৰ AS 17B 4139
  • দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত ইণ্ডিকা বাহনখনত অহা দুজনকৈ লোক
  • ঘটনাস্থলীত লগে-লগে উপস্থিত হয় যানবাহন আৰক্ষী
  • সংকট জনক অৱস্থাত দুজন কৈ লোকক Apollo হাস্পতাললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে
  • দুৰ্ঘটনাৰ ফলত যানজঁটৰ সৃষ্টি হয় GS ৰোডত