কি কি নতুন নিয়ম হ’ব ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত

কি কি নতুন নিয়ম ড্ৰাইভিং লাইচেন্সৰ
১/ড্ৰাইভিং টেষ্ট নিদিয়াকৈ লাভ কৰিব লাইচেন্স
২/ প্ৰতিখন ৰাজ্যত পৰিবহন বিভাগে স্থাপন কৰিব ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰ
৩/ ড্ৰাইভিং টেষ্ট দিব নালাগে প্ৰশিক্ষণ প্ৰাপ্ত চালকে
৪/ LMV লাইচেন্সৰ বাবে সপ্তাহত ২৯ ঘন্টা গাড়ী চলাব লাগিব
৫/ এজন ব্যক্তিয়ে ড্ৰাইভিং শিকিব লাগিব ২৮ দিনত