আজিৰে পৰা মুকলি হ’ল দৌলগোৱিন্দ মন্দিৰৰ দুৱাৰ

- আজিৰে পৰা খোল খাব দৌলগোৱিন্দ মন্দিৰৰ দুৱাৰ
- পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৫ বজালৈ দৰ্শন কৰিব পাৰিব মন্দিৰ
- শৰীৰৰ তাপমাত্ৰা জুখিহে প্ৰৱেশ কৰিব পাৰিব মন্দিৰত
- ভক্তসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক
- যোৱা দুমাহে বন্ধ আছিল দৌলগোৱিন্দ মন্দিৰৰ দুৱাৰ