ডিমাপুৰত ভয়ংকৰ অঘটন

- ডিমাপুৰত গ্ৰেণেড বিস্ফোৰণ
- ডিমাপুৰৰ বাৰ্মা কেম্প অঞ্চলত সংঘটিত হৈছে এই বিস্ফোৰণ
- কাৱাৰীৰ গুদামত বিস্ফোৰণ গ্ৰেণেডটো
- বিস্ফোৰণত থিতাতে নিহত দুজন
- নিহত দুয়োগৰাকী সম্পৰ্কত পিতা-পুত্ৰ
- বিস্ফোৰণত আহত হৈছে আন বহুতো
- কাৱাৰীৰ গুদামত দুয়ো কাম কৰি থকাৰ অৱস্থাতে বিস্ফোৰণ ঘটে গ্ৰেণেডটো ।