নাহৰকটীয়া আৰক্ষীৰ বৃহৎ সাফল্য

- নাহৰকটীয়া আৰক্ষীৰ বৃহৎ সফলতা
- আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰীসহ জব্দ কৰে এখন স্কুটি
- আটকাধীন দুজনক্ৰমে কেশৱ গগৈ, সনু শৰ্মা
- গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল অভিযান
- আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত চলিচিল এই অভিযান