WATCH | Dilip Saikia : খুমটাই সমষ্টিলৈ নিৰ্বাচনী প্ৰচাৰলৈ যোৱাৰ পথত কনমানিক লগ পাই উৎফুল্লিত সাংসদ দিলীপ শইকীয়াই
নিউজ ডেস্ক,২৩এপ্ৰিল : ৰাজ্যত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে শাসক বিৰোধী।
মঙলবাৰে খুমটাই সমষ্টিলৈ নিৰ্বাচনী প্ৰচাৰলৈ গৈছিল অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া । খুমটাই সমষ্টিলৈ নিৰ্বাচনী প্ৰচাৰলৈ যোৱাৰ পথত ১ নং বালিজানত আকস্মিকভাৱে এজনী কনমানিক লগ পাই সাংসদ দিলীপ শইকীয়াই । কনমানিক লগ পাই উৎফুল্লিত সাংসদ দিলীপ শইকীয়া(Dilip Saikia)।