Local, Vocal, Global

শিৱসাগৰৰ নাজিৰাত ভয়াবহভাবে বৃদ্ধি দিখৌ নৈৰ জলপৃষ্ঠ

  • শিৱসাগৰৰ নাজিৰাত ভয়াবহভাবে বৃদ্ধি পাইছে দিখৌ নৈৰ জলপৃষ্ঠ
  • নাজিৰা আৰু শিমলুগুৰি নগৰৰ লগতে মহকুমাটো বিভিন্ন অঞ্চল বৰ্তমান জলমগ্ন
  • শিমলুগুৰি নগৰৰ ৮ নং ৱাৰ্ড বৰদুৱাৰমুখৰ মথাউৰিৰ ওপৰেদি বাগৰিল পানী
  • হাহাকাৰ পৰিস্থিতি লগতে আতংকিত নাজিৰাবাসী