ডিব্ৰুগড় বিমানবন্দৰত জব্দ ৮৪ লাখ টকা

- ডিব্ৰুগড় বিমানবন্দৰত জব্দ ৮৪ লাখ টকা
- দুটা কাৰ্টনত উদ্ধাৰ বৃহৎ পৰিমাণৰ ধনৰাশি
- অৰুণাচলৰ খুনছাৰ পৰা নতুন দিল্লীলৈ লৈ গৈ আছিল ধনখিনি
- দিল্লী অভিমুখী ইণ্ডিগ’ বিমানেৰে লৈ যোৱাৰ পথত জব্দ ধনখিনি
- বিজয় শংকৰ আগৰৱালা নামৰ এজন লোকে দিছিল ধনখিনি