WATCH | Dibrugarh News : ভোট গণনা চলি থকা মাজতেই বিধায়ক চক্ৰধৰ গগৈ মন্তব্য
ডিব্ৰুগড়,১১মে’ : খোৱাং সম জিলাৰ অন্তৰ্গত ১৭ টা পঞ্চায়ত আৰু ৩ টা জিলা পৰিষদৰ বাবে অনুষ্ঠিত হৈছে ভোট গননা । ৪ টা জিলা পৰিষদৰ । ইতিমধ্যে ভোট গণনা সম্পন্ন হৈছে । ইয়াৰ পিছতে ১৭ টা গাঁও পঞ্চয়তৰ ভোট গণনা চলি থকা মাজতেই বিধায়ক চক্ৰধৰ গগৈ মন্তব্য(Dibrugarh News)।
লগতে পঢ়ক : WATCH | Heavy Storm : ৰাইজৰ মাজত উপস্থিত হৈ ক্ষয় ক্ষতিৰ বুজ ল’লে বিধায়ক পদ্ম হাজৰিকাই