Local, Vocal, Global

ধিঙৰ খৈৰামাৰীত পথৰ পৰা দ খাৱৈত বাগৰি পৰিল বাছ

ধিঙৰ খৈৰামাৰীত পথৰ পৰা দ খাৱৈত বাগৰি পৰিল বাছ। আহত বহু কেইজন।

ধিঙৰ খৈৰামাৰীত কালি এক ভয়াবহ পথদুৰ্ঘটনা সংঘটিত হয়। যাত্রী কঢ়িয়াই নিয়া এখন বাছ পথৰ পৰা দ খাৱৈত বাগৰি পৰাৰ ফলত বহুকেইজন লোক গুৰুতৰ ভাৱে আহত হয়। আহত ৰ সংখ্যা বৰ্তমানেও জানিব পৰা হোৱা নাই যদি আহত আটাইকে ততাতৈয়াকৈ ধিং এফ আৰ ইউত ভৰ্তি কৰা হয়।

ধিঙৰ খৈৰামাৰীৰ পৰা তেজপুৰ লৈ নিয়মীয়াকৈ চলাচল কৰা AS 02C C2103 নম্বৰ অংগৰাগ নামৰ আচখন নিয়ন্ত্রণ হেৰুৱাই দ খাৱৈত পৰে। চালকৰ বিপৰীতে হেণ্ডিমেনে বাছ চলোৱা ৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ কৰিছে।