ধেমাজিৰ কুমটীয়া নদীত উদ্ধাৰ মৃতদেহ

- ধেমাজিৰ কুমটীয়া নদীত উদ্ধাৰ মৃতদেহ
- সোমবাৰে পুৱা ধেমাজিৰ কুমটীয়া নদীত উদ্ধাৰ হয় মৃতদেহটো
- গৰু চৰাবলৈ যাওঁতে নৈ কোৱাল সোতে উটুৱাই নিছিল বৃদ্ধজনক
- বৃদ্ধজনে সাঁতুৰি পাৰ হ’বলৈ চেষ্টা কৰিছিল কুমটীয়া নদী
- মৃত লোকজনৰ নাম ভূগেন্দ্ৰ চুতীয়া
- নদী উটি অহা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে লোকজনক