Local, Vocal, Global

ভয়ংকৰ বানত বিধ্বস্ত ধেমাজি

54

ভয়ংকৰ বানত বিধ্বস্ত ধেমাজি । শতাধিক গাঁও এতিয়া পানীৰ তলত। চিয়াং, ব্ৰহ্মপুত্ৰ, লালী, চিমেন, জীয়াঢলে ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি,

এই দৃশ্য ধেমাজি জিলা দিহিৰি অঞ্চলৰ। ,জীয়াঢ়ল নদীৰে আগুৰি ধৰিছে সমগ্ৰ অঞ্চল। শ শ বিঘা কৃষি ভূমি নষ্ট হোৱাৰ লগতে হেঁপাহৰ ঘৰখনো এতিয়া পানীৰ তলত। ফলত ৰাইজে জীয়াতু ভুগিৱ লগা হৈছে ৷

স্থানীয় ৰাইজে চৰকাৰলৈ খাদ্য সামগ্ৰীৰ লগতে জীৱকূলৰ বাবে আহাৰ যোগান ধৰিবলৈ কাতৰ আহ্বান জনাইছে।