Delhi Election Results 2025: দিল্লীত আপৰ শোচনীয় পৰাজয়ক লৈ মন্ত্ৰী যোগেন মহন আৰু ৰূপেশ গোৱালাৰ প্ৰতিক্ৰিয়া
ডিব্ৰুগড়,৮ফেব্ৰুৱাৰী : ২৭ বছৰ পিছত দিল্লীত চৰকাৰ গঠন কৰিব বিজেপিয়ে। খহি পৰিল আম আদমী পাৰ্টিৰ দুৰ্গ। ইজনৰ পিছত সিজন শীৰ্ষ নেতাৰ পৰাজয়।দিল্লীত বিজেপিৰ জয় নিশ্চিত হোৱাৰ পিছতে বিজয়ৰ উল্লাস বিজেপি নেতা-কৰ্মীৰ(Delhi Election Results 2025)।
দিল্লীত আপৰ শোচনীয় পৰাজয়ক লৈ মন্ত্ৰী যোগেন মহন আৰু ৰূপেশ গোৱালাৰ প্ৰতিক্ৰিয়া। এই বিজয়ক ঐতিহাসিক বিজয় আখ্যা মন্ত্ৰী দুগৰাকীয়ে।
লগতে পঢ়ক :BJP blooms in Delhi after 27 years:২৭ বছৰ পিছত দিল্লীত চৰকাৰ গঠন কৰিব বিজেপিয়ে