Delhi Election Results 2025: আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা

নিউজ ডেস্ক,৮ফেব্ৰুৱাৰী : আজি ঘোষণা হ’ব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। । পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোটগণনা পৰ্ব। ৭০টা বিধানসভা সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব ৬৬৯ গৰাকী প্ৰাৰ্থীৰ। দিল্লী বিধানসভা নিৰ্বাচনত ৫৭.৫০ শতাংশ ভোটদান হৈছিল(Delhi Election Results 2025)।
৫ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। আৰু আজি ৮ ফেব্ৰুৱাৰীত ভোটগণনা।
শাসকীয় আম আদমি পাৰ্টিয়ে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব নে? বিজেপিয়েও দিল্লীত চৰকাৰ গঠন কৰিব। এক্সিত পোলেও দিল্লীত এইবাৰ গেৰুৱা দলৰে চৰকাৰ হোৱাৰ ইংগিত দিছে।
লগতে পঢ়ক :NAGOAN ADVANTAGE ASSAM 2.0: নগাঁৱত Advantage Assam 2.0 শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভ