Local, Vocal, Global

Delhi CM Atishi Marlena:আজি পদত্যাগ পত্ৰ দাখিল কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই

নিউজ ডেস্ক,৯ফেব্ৰুৱাৰী : আজি পদত্যাগ পত্ৰ দাখিল কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাই(Delhi CM Atishi Marlena)।

ৰাজ্যৰপালৰ হাতত দাখিল কৰিব পদত্যাগ পত্ৰ(Delhi CM Atishi to reach LG Secretariat to submit resignation at 11 am today)।

পুৱা ১১ বজাত পদত্যাগ পত্ৰ দাখিল কৰিব আতিশী মাৰ্লেনাই।

লগতে পঢ়ক :Tragic road accident: বাইক আৰু স্কুটিৰ মাজত সংঘৰ্ষ;নিহত এজন