Local, Vocal, Global

Delhi Chief Minister Atishi Wins: দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাৰ জয়লাভ

নিউজ ডেস্ক,৮ফেব্ৰুৱাৰী : দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীৰ জয়লাভ।

কালকাজী সমষ্টিত জয়লাভ আতিশী মাৰ্লেনাৰ(Delhi Chief Minister Atishi Wins)।

আতিশীৰ হাতত পৰাস্ত BJP প্ৰাৰ্থী ৰমেশ বিধুৰী।

আনফালে বহু ভোটত পৰাস্ত কংগ্ৰেছ অলকা লাম্বা।

উল্লেখ্য যে,আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ভোটগণনা পৰ্ব। ৭০টা বিধানসভা সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব ৬৬৯ গৰাকী প্ৰাৰ্থীৰ। দিল্লী বিধানসভা নিৰ্বাচনত ৫৭.৫০ শতাংশ ভোটদান হৈছিল।

লগতে পঢ়ক:Arvind Kejriwal loses New Delhi : দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰাজয়