Local, Vocal, Global

দেশৰ ৰাজধানী সন্দৰ্ভত চৰকাৰী সমীক্ষাত ভয়াৱহ তথ্য

  • দেশৰ ৰাজধানী সন্দৰ্ভত চৰকাৰী সমীক্ষাত ভয়াৱহ তথ্য।
  • দিল্লীত উপসৰ্গহীন কৰ’নাত আক্ৰান্ত ৪৭ লাখ লোক।
  • ২৪ ঘন্টাত ভাৰতত ৩৭,১৪৮গৰাকী আক্ৰান্তৰ বিপৰীতে ৫৮৭গৰাকীৰ মৃত্যু।
  • দেশত এইপৰ্যন্ত ১১,৯২,১৫১গৰাকী আক্ৰান্ত,২৮,৭৬৯গৰাকীৰ মৃত্যু।
  • বিশ্বত আক্ৰান্ত ১,৪৯,৬৮,৩৭৫গৰাকী, মৃত্যু ৬,১৫,৮৩৫গৰাকীৰ।।