Local, Vocal, Global

দেবেন দত্ত হত্যাৰ গোচৰত ২৫ দোষী সাব্যস্ত

২০১৯ চনৰ ৩১ আগষ্টত সংঘটিত হৈছিল যোৰহাট জিলাৰ টীয়ক চাহবাগিচাৰ চিকিৎসক ডাঃ দেবেন দত্তৰ হত্যাকাণ্ড।হত্যাকাণ্ডৰ মুঠ ৩২জন অভিযুক্তৰ ভিতৰত ২৫জনক ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হয়। ৩২ জনৰ ভিতৰত এজনৰ মৃত্যু হৈছে। ৬ জনক ৰেহাই দিয়া হৈছে, আৰু সোমবাৰে শাস্তি ঘোষণা কৰা হ’ব।