Local, Vocal, Global

দৰঙৰ দলগাঁৱত আটক ৩জনকৈ জুৱাৰী

  • দৰঙৰ দলগাঁৱত আটক ৩জনকৈ জুৱাৰী
  • দীৰ্ঘদিনৰ পৰা জুৱা খেলৰ লগত জড়িত হৈ আছিল লোককেইজন
  • দলগাঁও থানাৰ আৰক্ষীয়ে গদাইঝাৰ গাঁৱৰ পৰা আটক কৰে তিনিওজনকে
  • আটকাধীন লোককেইজন ক্ৰমে ইব্ৰাহিম আলী, মকছেদ আলী, কামাল আলী
  • গোচৰ নম্বৰ 408/2020, U/S -14/15 AGB Actৰ ভিত্তিত তিনিওকে জে’ললৈ প্ৰেৰণ দলগাঁও আৰক্ষীৰ