Watch | Dalgaon protest : দলগাৱঁত উচ্ছেদক লৈ প্ৰতিবাদ সাব্যস্ত তীব্ৰ প্ৰতিবাদ মুছাৰ
দলগাওঁ: উচ্ছেদক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে মুছা।
দলগাঁও অন্তৰ্গত বেছিমাৰীত তীব্ৰ প্ৰতিবাদ ।
‘উচ্ছেদৰ নামত ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে’।
‘ ফুটুকাৰ ফেনত পৰিণত বিজেপিৰ জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গান’।
চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল সংখ্যালঘু সংগঠন মুছা।
দৰং জিলাৰ দলগাঁৱৰ অন্তৰ্গত বেছিমাৰীত তীব্ৰ প্ৰতিবাদ মুছাৰ।
অসম চৰকাৰ হাই হাই ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে মুছাই।