Watch | Crores of Muslims to protest against Pakistan today by tying black clothes: আজি দেশৰ কোটি কোটি মুছলমানে ক’লা কাপোৰ বান্ধি আদায় কৰিব জুম্মা নামাজ
ডিজিটেল ডেস্ক: আজি দেশৰ কোটি কোটি মুছলমানে ক’লা কাপোৰ বান্ধি আদায় কৰিব জুম্মা নামাজ। কোটি কোটি মুছলমানে পাকিস্তানৰ বিৰুদ্ধে আজি সাব্যস্ত কৰিব প্রতিবাদ। পাকিস্তানৰ বিৰুদ্ধে হুংকাৰ আছাদুদ্দিন ওৱেইছীৰ। শ্বহীদসকললৈ শ্রদ্ধাঞ্জলি জনাই মুছলমানে গ্রহণ কৰিব এই পদক্ষেপ। দিল্লীত অনুষ্ঠিত সৰ্বদলীয় বৈঠকৰ পাছতে এই আহ্বান ওৱেছীৰ। দেশ কঁপাই যোৱা পেহেলগাম কাণ্ডৰ পাছতে কোটি কোটি মুছলমানৰ শোক
কোটি কোটি মুছলমানে ক’লা কাপোৰ বান্ধি পাকিস্তানৰ বিৰুদ্ধে আজি সাব্যস্ত কৰিব প্রতিবাদ।