Local, Vocal, Global

কেৰিবিয়ান প্ৰিমিয়াৰ লীগত অঘটন

বহু বাধা-বাধ্যকতাক নেওচি সজীৱ হৈছিল পুনৰ ক্ৰিকেট বিশ্ব। আৰম্ভ হৈছিল টেষ্ট ক্ৰিকেট পৰাই আদি কৰি টী-২০ লীগো। কিন্তু ৱেষ্ট ইণ্ডিজত চলি থকা কেৰিবিয়ান প্ৰিমিয়াৰ লীগত ঘটিল অঘটন। কেৰিবিয়ান প্ৰিমিয়াৰ লীগত গায়ানা আমাজন ৱাৰিয়াৰ আৰু জামাকাই তালাৱাহ খেলৰ সময়তে সংঘটিত হয় এই অঘটন। ৰোলাৰ মেচিনৰে পিট্ছ ৰোলিং কৰাৰ সময়ত দুৰ্ভাগ্যবশতভাৱে ৰোলাৰ চেপাত বল পিট্ছৰ সৈতে পোত খাই যায়। ফলত পলমকৈ অনুষ্ঠিত হয় খেলখন।