Local, Vocal, Global

ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংহাৰ

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২৪২ গৰাকী
  • মঙলবাৰে ৰাজ্যত সুস্থ হয় ৩৫৭জন লোক
  • ৰাজ্যত বৰ্তমানলৈকে সুস্থ হোৱা লোকৰ সংখ্যা ২০৬৩৯৮জনলৈ বৃদ্ধি
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে  ৩৩২৯ জন ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৬৬ গৰাকী লোকৰ