ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংহাৰ

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২৪২ গৰাকী
- মঙলবাৰে ৰাজ্যত সুস্থ হয় ৩৫৭জন লোক
- ৰাজ্যত বৰ্তমানলৈকে সুস্থ হোৱা লোকৰ সংখ্যা ২০৬৩৯৮জনলৈ বৃদ্ধি
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩৩২৯ জন ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯৬৬ গৰাকী লোকৰ