ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ১,০১৯ গৰাকী
- শুক্ৰবাৰে দিনটোত আৰোগ্য লাভ কৰে ২০৬৮ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ৮ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৯২ হাজাৰ ৪১৬ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯,৭১০ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৬১ হাজাৰ ৯০১ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৮০২ গৰাকী লোকৰ
- শুক্ৰবাৰে ৰাজ্য স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৩১,৫৮৬ লোকৰ স্বোৱাব পৰীক্ষা