ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াবহতা
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৯৭১ গৰাকী
- শনিবাৰে দিনটোত আৰোগ্য লাভ কৰে ১৪৫১ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ৯ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৯৩ হাজাৰ ৩৮৭ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯,২২১ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৬৩ হাজাৰ ৩৫২ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৮১১ গৰাকী লোকৰ
- শনিবাৰে ৰাজ্য স্বাস্থ্য বিভাগে সম্পন্ন কৰে ২৭,৪৯১ লোকৰ স্বোৱাব পৰীক্ষা