Local, Vocal, Global

ভক্তৰ বাবে মুকলি হ’ল মা কামাখ্যা মন্দিৰৰ দুৱাৰ

  • আজিৰে পৰা ভক্তৰ বাবে মুকলি হ’ল মা কামাখ্যা মন্দিৰৰ দুৱাৰ
  • ছমাহতকৈ অধিক সময় বন্ধ আছিল কামাখ্যা মন্দিৰ
  • ক’ভিড প্ৰট’কল মানি খোল খাইছে মা কামাখ্যা মন্দিৰ
  • মন্দিৰত প্ৰৱশৰ পূৰ্বে সকলোৱে কৰিব লাগিব ক’ভিড পৰীক্ষা
  • প্ৰৱশ দুৱাৰৰ সমীপতে হ’ব ৰেপিড এন্টিজেন টেষ্ট
  • কৰ’না মহামাৰীৰ ভয়াৱহতাৰ বাবে বন্ধ ৰখা হৈছিল কামাখ্যা মন্দিৰৰ দুৱাৰ